Type Here to Get Search Results !

সঁজাল

 ভূমিত্ৰা দাস


"আঁজলিভৰা সুখকণ লৈ যেন উভতি আহো।" নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই চেন্নাইলৈ দেউতাকক লৈ গ'ল । ৰিপোৰ্টবোৰ মিছা হ'ল ঔষধবোৰ সঠিক সময়ত সঠিককৈ আশাহীন শৰীৰটোই পালে। প্ৰত্যাগমনত হাঁহি বিৰিঙি উঠিল পৰিয়ালটোৰ।