Type Here to Get Search Results !

নীৰৱতা

 চন্দ্ৰমল্লিকা খনিকৰ



নীৰৱ হৈ পৰিছো ভিতৰি
কেতিয়াবা নীৰৱ হৈ যোৱা ভাল
বুকুত বহু কব নোৱাৰা কথা
বুজাব নোৱাৰা বেথা
চকুত ৰৈ যোৱা চকুলো  সামৰি
নিশ্চুপ হৈ পৰিছো মই |