Type Here to Get Search Results !

একাজলী আবেগ

 নিয়ৰ বৰুৱা



সময়ে কি বিচাৰে...?
আজি সময়ক সুধিব খুজিছোঁ
সময়ক আঁৰত থৈ
 আজি নিজকে বিছাৰিছো
ভাল লগাবোৰ কিয়
 প্ৰেম হ'ব নোৱাৰে  !

অভিমানি মনৰ হেঁপাহবোৰে
আজি বাট হেৰুৱাই।
বুকুৰ বেদনাবোৰে যেতিয়া
আগভেটি ধৰে....
আপোনবোৰেও লগ এৰে
নিজকে সোধো 
জীৱন নো  কি ?