Type Here to Get Search Results !

ঠিকনাবিহীন এটি কাল্পনিক যাত্রা

 জ্যোতিস্মিতা দেৱী     কামৰূপ( গ্ৰাম্য)



ঠিকনাবিহীন এটি কাল্পনিক যাত্রা...

অশূন্যতাৰ পৰা শূন্যতালৈ বুলি

 দৌৰাত্মক এটি পথ, 

কংক্ৰিটৰ চহৰখনৰ পৰা মোৰ আশাৰ

 বোৱতী নৈখনৰ গতি তথাপিটো

 হেজাৰ যন্ত্ৰণাৰ মাজৰ পৰা ওলাই

 অপ্ৰাপ্তিৰ মাজেৰে হ'লেও

 পোৱাৰ কিছু আক্ষেপ

প্রান্তত সকলোবোৰ 

তাতেই স্থিৰ হৈ ৰ’ল
 
 পোৱাৰ কিছু আক্ষেপ

প্রান্তত সকলোবোৰ 

তাতেই স্থিৰ হৈ ৰ’ল