Type Here to Get Search Results !

কুণ্ডলী

প্ৰগতি গগৈ চাংমাই


আধা জ্বলা চাকিটি
এই নুমাওঁ নুমাওঁ
মিতিৰালি পাতিছে
উৰুখাঁ ছালৰ খেৰৰ সৈতে।
কুণ্ডলী পকাই পকাই
ছাঁই বৰণীয়া হৈ
উৰি আছে

 হেঁপাহবোৰেও।