প্ৰসেনজিৎ খলাৰ বৰদলৈ
'হে মোৰ
দেশৰ অতন্ত্ৰ প্ৰহৰী
আৰু নো কিমান দিবি নিজকে বলিদান
দেশৰ বাবে।
যুঁজলৈ
ওলাই গ'লে ঘৰৰ কথা
অকণো মনত
নপৰেনে হে মোৰ দেশৰ অতন্ত্ৰ প্ৰহৰী।
দেশ ৰক্ষাৰ
বাবে ক'ত যে শ শ দেশৰ
অতন্ত্ৰ প্ৰহৰীৰ মৃত্যু হ'ল তাৰ কোনো হিচাপ নাই
এই মোৰ দেশৰ মানুহৰ বাবে।
দিন নে ৰাতি
চকুত নাথাকে টোপনি মোৰ অতন্ত্ৰ প্ৰহৰীৰ
দেশ ৰক্ষাৰ বাবে থাকে জাগি
শত্ৰুৱে মনে মনে দেশ আক্ৰমণ কৰিব বুলি।
অতন্ত্ৰ প্ৰহৰী
ভাৰত মাতাৰ সন্তান তুমি
আছে সাহস বুকুত বহুত আৰু দুবাহুত শকতি
মোৰ দেশৰ অতন্ত্ৰ প্ৰহৰীৰ