Type Here to Get Search Results !

কুইজ

 সংগ্ৰহ- মৌচুমী মাউৎ




১/হিন্দীক ভাৰতৰ ৰাষ্ট্ৰভাষা হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল?
২/ভাৰতৰ বৃহত্তম তেল শোধনাগাৰটো নাম কি?
৩/বৃটিছক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল?
৪/ভাৰতৰ পৰা শ্ৰী লংকাক কিহে পৃথক কৰিছে?
৫/ভাৰতৰ দ্বিতীয়টো সৰ্বোচ্চ পৰ্বত শৃঙ্গ কি?
৬/ ভাৰতত কিমানখন বিশ্ব বিদ্যালয় আছে?
৭/ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি?
৮/ এচিয়ান গেমচ কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়?
৯/অলিম্পিক টেনিছত পদক পোৱা প্ৰথম ভাৰতীয় জনৰ নাম কি?
১০/ৰাজ্যিক চৰকাৰৰ মুৰব্বী বুলি কাক কোৱা হয়?
১১/ ভাৰতত কেতিয়া পৌৰ আইন পাছ কৰা হৈছিল?
১২/ 'অৰ্থশাস্ত্ৰ' কোনে ৰচনা কৰিছিল?
১৩/ প্ৰথম সাহিত্যত নোবেল বঁটা লাভ কৰা ভাৰতীয় গৰাকী জনৰ নাম কি?
১৪/জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি আছিল?
১৫/প্ৰথম দাদাচাহেব ফালকে বঁটা কোনজন ভাৰতীয়ই পাইছিল?
১৬/প্ৰথম ভাৰতীয় ৭০ মিলিমিটাৰ টেকনিকালাৰ ছবিখনৰ নাম কি?
১৭/আধুনিক ৰসায়ন বিজ্ঞানৰ জনক বুলি কাক জনা যায়?
১৮/কোনবিধ প্ৰাণীয়ে পানী নাখাই?
১৯/ জীৱ বিৱৰ্তনৰ জনক কোন?
২০/মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা কোনটো?
 
উত্তৰ সমূহ ক্ৰমে-
*১/১৯৪৫চনৰ ১৪ ছেপ্টেম্বৰত।।*
*২/ট্ৰ'মেল।।*
*৩/টিপু চুলতান।।*
*৪/পক প্ৰণালী আৰু উপসাগৰীয় মান্নাৰে।।*
*৫/কাঞ্চনজংঘা।।*
*৬/৩৪৫খন।।*
*৭/শ্ৰী মতী প্ৰতিভা দেৱী সিং পাটিল।।*
*৮/চাৰিবছৰৰ মূৰে মূৰে।।*
*৯/লিয়েণ্ডাৰ পেজ।।*
*১০/ৰাজ্যপাল।।*
*১১/১৯৬২।।*
*১২/চাণক্য।।*
*১৩/ৰবীন্দ্ৰনাথ ঠাকুৰ।।*
*১৪/আশাপূৰ্ণা দেৱী।।*
*১৫/দেৱীকা ৰাণী।।*
*১৬/এৰাউণ্ড দা ৱৰ্ল্ড।।*
*১৭/এন্টনী লেভয়চিয়ৰ।।*
*১৮/কৃষ্ণষাড় মৃগ।।*
*১৯/চাৰ্লচ ডাৰউইন।।*
*২০/পাৰ্চী ভাষা।।*