Type Here to Get Search Results !

সম্পাদকীয়

 নিজক সলনি কৰি ল'ব পাৰিলে সকলো সলনি হৈ যাব



    সহজাত আমি বহু সময়ত সমাজক পৰিবৰ্তন ,চুবুৰীয়া পৰিবৰ্তন, দেশ পৰিবৰ্তন, ব্যক্তি পৰিবৰ্তন নতুবা পৰিয়াল পৰিবৰ্তন বিচাৰো। ই স্বাভাৱিক, কিন্ত এই পৰিবৰ্তন আমি বিচাৰোহে কিন্তু নিজক পৰিবৰ্তন কৰিবলৈ বিশেষ গুৰুত্ব নিদো। হজৰত মহম্মদে নিজেই মিঠাই খায় ভাল পাইছিল সেয়ে যি দিনালৈকে এই অভ্যাস পৰিবৰ্তন কৰিব নোৱৰালৈকে কিন্ত আনক মিঠাই নোখোৱাৰ পৰামৰ্শ দিবলৈ যোৱাটো উচিত বুলি ভৱা  নাছিল। যেতিয়া নিজে এই অভ্যাস এৰিব পাৰিছিল সেইদিনা মিঠাই নাখাবলৈ উপদেশ দিছিল।