Type Here to Get Search Results !

ভাগৰ

 নাজলিন বেগম


ভাগৰ কোন তুমি 
ক'ত তুমি থকা? 

পঢ়ি বলৈ বহিলেই 
সদায় কাষত আহাঁ 

ভাগৰ তুমি সদায় 
ৰাতি কিয় আহাঁ  ?

কাষলৈ নাহিবা 
আঁতৰি থাকা! 

কি সাজ পিন্ধি তুমি 
দেখিবলৈ কেনে? 

এদিন তুমাক দেখিলে 
তোমাক ধৰি থম 

ভাগৰ নো কেনেকোৱা 
সকলোকে কম! 
   

 নাজলিন বেগম
      শিৱসাগৰ জিলা