Type Here to Get Search Results !

সম্পাদকীয়

 সম্পাদকীয়


'নীৰৱতা আৰু  আত্মজিজ্ঞাস' 

সাধাৰণতে আমাৰ দেহ, মনৰ বাহিৰে ভিতৰে অহৰহ শব্দই বিৰাজ কৰি থাকে। এনে পৰিস্থিতিত আমি নীৰৱতাৰে দেহ আৰু মনৰ বাহিৰে-ভিতৰে কি হৈ আছে নীৰৱতাৰে গভীৰ ভাৱে অনুভৱ কৰিবলৈ চেষ্টা কৰিলে নিজৰ মাজত লীন হৈ নিজক জানিবলৈ আগবঢ়া হ'ব। নিজক জানিবলৈ যত্নপৰ হলে মনলৈ শান্তি আহিব। মনলৈ শান্তি আহিলে পৰ্যৱেশনৰ ভাৱ জাগ্ৰত হৈ পৰিৱেশৰ সকলো বস্ত পৰ্যৱেশন কৰি বুজি পাব পৰা দক্ষতা বাঢ়িব। সকলো বুজিব পৰা সক্ষমতা আহিলে শক্তি সঞ্চয় হ'ব।

অৰুণ কোঁৱৰ
সম্পাদক- 'সমলয়'

২/৭/২০২১