Type Here to Get Search Results !

সম্পাদকীয়

 মানুহেই মানুহৰ ভৱিষ্যৎ



এই পৃথিৱী খন সঁচাই ধুনীয়া, তেনেদৰে আমাৰ মনবোৰ আৰু হৃদয়বোৰো অনুভৱী আৰু ধুনীয়া কৰি লও তেতিয়া হলে পৃথিৱীখন সদায় জীৱৰ বাসপযোগী হৈ থাকিব। অন্যথা, ক'ৰোনা মহামাৰীয়েই নহয় আৰু ক'তযে মানৱসৃষ্টি মহামাৰী আহিব ! ইও জীৱকুল ৰক্ষাৰ আগতীয়া চিন্তা হওক।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৬/৫/২০২১