Homeকবিতা কাননবিহুৰ বিষাদ বিহুৰ বিষাদ সমলয় June 01, 2020 অপূৰ্ব কুমাৰ চেতিয়া শুকান বহাগ মৰহা মন বিষণ্ণ বদন বন্দীত্ব জীৱন। কফিনত আবদ্ধ স্তব্ধ বিশ্ব কৰিছে যুদ্ধ স্মৰণবুদ্ধ । কৰ'নাৰ আতংক গৃহতে আবদ্ধ হলো সাৱধান সময়ৰ আহ্বান । ভোকাতুৰ নৰনাৰী নাই বনবাৰী ৰঙালীতে কঙালী দেশখন মৰিশালী। Tags কবিতা কানন Newer Older