Type Here to Get Search Results !

সমলয়ৰ বিষয়ে (About Us)



আমাৰ সমলয়‘ মাহেকীয়া ই- আলোচনী প্ৰকাশৰ উদ্দেশ্য হ’ল —
★ অসমীয়া ভাষা, সংস্কৃতিলৈ, শ‍িক্ষা সেৱা আগবঢ়াই অসমীয়া জাতিক সমৃদ্ধিশালী কৰা৷
★ ন- লেখক লেখিকা সকলৰ বাবে লিখনি সমূহ প্ৰকাশ কৰি তেওঁলোকক সাহিত্য সাধনাৰ প্ৰতি অনুপ্ৰাণিত কৰা৷
★ এই আলোচনীৰ মাজেদি পাঠক সকলে ভিন্ন স্বাদৰ সমল খিনি পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি লিখনি সমূহ নিয়মীয়াকৈ প্ৰকাশ কৰা৷
★ অসমৰ চোকে কোণে এতিয়াওঁ প্ৰচাৰৰ পৰা বঞ্চিত হৈ থকা প্ৰতিভাৱান ব্যক্তি সমূহক সকলোৰে আগত চিনাকি‍ কৰি দিয়া৷
★সকলো ধৰ্মালম্বী আৰু জাতি জনগোষ্ঠীৰ মাজত এই ‘সমলয়’ যোগেদি সমন্বয়ৰ বাতাবৰণ গঢ়ি তুলি আমাৰ চিৰ আপোন অসম খনক সকলোৱে বাসপযোগী পৰিৱেশ গঢ়ি তোলা৷
★ আমাৰ অগ্ৰজ সকলে নতুন প্ৰজন্মৰ বাবে ভাষা সংস্কৃতিৰ সেন্দুৰীয়া আলি গঢ়ি অসমীয়া জাতিয়ে সদায় সগৌৰৱে জীয়াই থাকিবলৈ এই সমলয় আলোচনীৰ যোগেদি প্ৰয়াস কৰা৷